Monday 25 June 2012

আৰু কেইটামান...

                                       





(১)
 
হলৌ উঠিল টলৌ গছত
লগাই খদৌ মদৌ,
জৌ জৌ কৈ সৰিল নিয়ৰ
'ল জলৌ জপৌ।

 (২)
 
লাও পুলি ল'ৰাই ৰুলোঁ
ৰুলোঁ লৰাই লফা
ঘূৰাই ঘূৰাই উৰাই ঘূৰাই
তাঘূৰ ঘূৰাই মাতা।

(৩)
 
পাৰ চৰাই উৰি গৈ 
পালে নদীৰ পাৰ,
ঘৰৰ মূধত পৰি থাকিল 

গোটেই শুকুৰবাৰ।

(৪)
 
নাৰ বাত পাভ মাছ 
আৰু এটা কাছ,
বাৰ টকাত কিনি আনি 

কিয় বাৰু নাছ?

=================== 



কুঁহিপাতৰ পাতৰ পৰা...









No comments:

Post a Comment